বগীবিল দলং উদ্বোধন হ’ল

0 260

বহু প্ৰত্যাশিত বগীবিল দলঙৰ আজি উদ্বোধন হ’ল।দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।প্ৰায় ৫হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দলংখন নিৰ্মাণত গেমন ইণ্ডিয়া, জি এম বি এইচ, হিন্দুস্তান কনষ্টাকচন কোম্পানী জৰিত হৈ আছে ।অসম চুক্তিৰ আধাৰত নিৰ্মাণত দলং খনৰ দৈৰ্ঘ্য ৪.৯কি.মিটাৰ।দুখলপীয়া দলংখনত আছে ৰেল চলাচলৰো সুবিধা ।ইয়াৰ জৰিয়তে কেৱল উত্তৰ পৰীয়া ৰাইজৰ সুবিধা নহয় দুখন ৰাজ্যৰ মাজত ৪ঘণ্টা সময়ৰ দূৰত্ব হ্ৰাস হ’ব।

Leave A Reply

Your email address will not be published.