অলপতে অ টি টি প্লেটফৰ্মত মুক্তি লাভ কৰিছে বিদ্যা বালানে অভিনয় কৰা sherni নামৰ ছবিখনে।এই ছবিখন বন্যপ্ৰাণী আৰু মানুহৰ মাজত হোৱা সংঘাতক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।মধ্য প্ৰদেশৰ এখন গাঁৱত এজনী বাঘিনী সোমাইছে।কোনোৱে বাঘিনী জনী মৰাৰ বাবে পৰিকল্পনা কৰে।আনহাতে ডি এফ অ’ হিচাপে অভিনীত বিদ্যা বালানে কিদৰে বাঘিনী জনীৰ উদ্ধাৰ কৰিব পাৰি তাৰ বাবে লোৱা প্ৰচেষ্টাক sherni ত দেখুওৱা হৈছে।উল্লেখযোগ্য যে sherni কাহিনীভাগে এসময়ত কাজিৰঙাত কৰ্মৰত এগৰাকী ডি এফৰ লগত মিল আছে বুলি চৰ্চা লাভ কৰিছে।
Trending
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ