মায়া নগৰী মুম্বাইত চিনেমা জগতত অসমৰ বহুতো প্ৰতিভাৱান যুৱক যুৱতীয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে|শেহতীয়াকৈ ডেইজী দলে নামৰ যুৱতী গৰাকীয়ে চ’চিয়েল মেডিয়াত বেচ চৰ্চা লাভ কৰিছে| যোৰহাট ঢেকিয়াখোৱাৰ যুৱতী ডেইজীয়ে য়ামালা পাগলা দিৱানা ফিৰ চে লিগেল এডভাইজাৰৰ চৰিত্ৰত অভিনয় কৰিছে|এই চিনেমাখনৰ মুখ্য ভূমিকাত ধৰ্মেন্দ্ৰই অভিনয় কৰিছে|এই সম্পৰ্কে ডেইজীয়ে এন ই ফ’কাচ ডট কমক জনায় যে ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰি খুবেই আনন্দিত|তেখেতৰ কমেডি কথাবোৰ খুবেই মনোগ্ৰাহী|অভিনয়ৰ জৰিয়তে সমাজত পৰিচয় গঢ়িবলৈ বিচৰা ডেইজীয়ে ইতিপূৰ্বে বিজ্ঞাপন আৰু চিৰিয়েলত অভিনয় কৰিছিল|
Trending
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা