সমগ্ৰ বিশ্বৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰাতো বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় । এই উপলক্ষ্যে বালিপৰাৰ হাড়চূড়া চাহ বাগিছাৰ গুডৰি’ক গ্ৰুপ লিমিটেডৰ উদ্যোগত কোম্পানীটোৰ সমাজ জড়িতকৰণৰ আঁচনিৰ অধীনত বালিপৰা শিক্ষাখণ্ডৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । অনুষ্ঠানটোত চিকিৎসকসকলে অঞ্চলটোৰ ভালেমান ৰাইজৰ লগতে অনুষ্ঠান অনুষ্ঠিত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুকো বিনামূলীয়াকৈ ৰক্ত চাপ আৰু ব্লাড চুগাৰৰ পৰীক্ষা কৰে । অনুষ্ঠানত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ডি ডি গোস্বামী, স্বাস্থ্য কল্যাণ বিষয়া ত্ৰিদিপ শইকীয়াৰ লগতে নাৰ্চ আৰু হাড়চূড়া চাহ বাগিছাৰ অন্যান্য চিকিৎসা সেৱা কৰ্মীসকল উপস্থিত থাকে ।
Trending
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ