সুখবৰ! অসমৰ সাংস্কৃতিক জগতত নকৈ সংযোজিত হ’ল এক বিনোদনধৰ্মী কেবোল টি ভি চেনেল “দাপোণ”। উল্লেখযোগ্য যে দাপোণ উজনি অসমৰ প্ৰথমটো বিনোদনধৰ্মী চেনেল। সাংস্কৃতিৱান চহৰ যোৰহাটৰ পৰা আত্মপ্ৰকাশ কৰা এই চেনেলটোৱে ৰাজ্যখনৰ লগতে দেশৰ কৃষ্টি সংস্কৃতিৰ বিকাশৰ বাবে সদায় বদ্ধপৰিকৰ বুলি এক প্ৰেছ বিবৃতি যোগে দাপোণ চেনেলৰ মূখ্য প্ৰবন্ধক জ্যোতিময় গোস্বামীয়ে জনাইছে। স্মতৰ্ব্য যে দাপোণ চেনেলটোৰ সম্প্ৰচাৰ আজি সন্ধিয়াৰ পৰা অনাড়ম্বভাৱে আৰম্ভ হ’ব। আগ্ৰহী দৰ্শক সকলে কেবোল যোগে অনুষ্ঠান উপভোগ কৰিব পাৰিব।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press