আমেৰিকাত প্ৰতিষ্ঠা হ’ল নামঘৰ

0 271

প্ৰতিজন অসমীয়া তথা অসম প্ৰেমীলৈ সুখবৰ!অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ নামঘৰ স্থাপিত হ’ল আমেৰিকাৰ নিউ জাৰ্ছিত।আমেৰিকাৰ নিউ জাৰ্ছিৰ চেৰিহিলত প্ৰবাসী অসমীয়া সকলৰ উদ্যোগত সাত সাগৰৰ সিপাৰতো আমাৰ সংস্কৃতিৰ পৰিচায়ক নামঘৰ স্থাপন হোৱা বাতৰিয়ে সকলোকে গৌৰৱাম্বিত কৰি তুলিছে।উল্লেখ যোগ্য যে মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে নামঘৰৰ ভাগৱত স্থাপন কৰি শুভাৰম্ভ কৰে।উক্ত অনুষ্ঠানত সমূহ প্ৰবাসী অসমীয়া সকল উপস্থিত থাকে। গুৰুজনাৰ অৱদানেৰে সমৃদ্ধি হোৱা নামঘৰ, বিশ্বদৰবাত জিলিকি উঠা প্ৰসংগই সকলোকে আনন্দিত কৰি তুলিছে।

IMG-20160929-WA0002

Leave A Reply

Your email address will not be published.