বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আজি যাত্ৰীৰ লঘু আহাৰ বা জলপান খোৱাকে ধৰি আন আনুসংগিক বজাৰ কৰাৰ সুবিধাৰ বাবে ৪খন বিপনী মুকলি কৰে।বিপনী কেইখন মুকলি কৰি বিমান বন্দৰ প্ৰাধিকৰণৰ অনুজ আগৰৱালাই কয় যে ভাৰতীয় বন্দৰ প্ৰাধিকৰণ যাত্ৰীৰ সা সুবিধা সমূহৰ প্ৰতি দায়বদ্ধ আৰু দেশৰ আন বিমান বন্দৰৰ দৰে উত্তৰ পূবৰ বিমান বন্দৰত অহা যোৱা কৰা যাত্ৰীসকলে সুবিধা পায় গুৰুত্ব দি আহিছে । অনুষ্ঠানত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক ডি কে কামৰা বৰাঝাৰ বিমান বন্দৰৰ মহা প্ৰবন্ধক জে টি ৰাধাকৃষ্ঞণে ধৰি উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত থাকে।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press