এজন ব্যক্তিয়ে বেটেৰে এখন বাহন তৈয়াৰ কৰি চৰ্চালৈ আহিছে।ব্যক্তি জনৰ নাম তিলক চেতিয়া।ব্যক্তি জনে সম্পূৰ্ণ বেটেৰে বুলেট আকৃতি এখন মটৰ চাইকেল সাজি উলিয়াইছে। নামৰূপৰ তাপবিদ্যুৎ জলপ্ৰকল্পৰ সমীপত বাস কৰা তিলক চেতিয়াই নিজৰ প্ৰতিভাৰ জৰিয়তে এই বাহনখন সাজি উলিয়াইছে।উল্লেখযোগ্য যে যোৱা ২০ বছৰ ধৰি ব্যক্তিজনে বাঁহ-বেটেৰে চকী টেবুল বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সা-সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। বিহুৰ সময়তো যুৰিয়া ম`হৰ শিঙৰ পেঁপা নিৰ্মাণ কৰি অজস্ৰ জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন