গুৱাহাটীৰ ৰেডিশ্বন ব্লুত ২আগষ্ট আৰু ৩ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈশ্বিক পৰ্যটন কনক্লেভ কালি সফলতাৰে সম্পন্ন হয়। ফেয়াৰ ভিউ দ্বাৰা আয়োজিত এই কনক্লেভৰ মূল লক্ষ্য হৈছে পৰ্যটনৰ বিভিন্ন ক্ষেত্রসমূহক একত্রিত কৰা । এই সম্পর্কে আয়োজকে কয় যে এই কনক্লেভ খনৰ জৰিয়তে পৰ্যটনৰ ব্যৱসায়ক উন্মুক্ত কৰাৰ চেষ্টা কৰা হৈছে। পৰ্যটন কনক্লেভৰ লগত সংগতি ৰাখি ভিজুৱেল আঁচনি, পেনেল আলোচনা, নেটৱৰ্ক চেছন অনুষ্ঠিত হয়। কনক্লেভত দক্ষিণ পূব এছিয়াৰ চৰকাৰী পৰ্যটন বৰ্ড, ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যটন সংস্থা সমূহে অংশগ্রহণ কৰে।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান