ভগা খিৰিকী শীৰ্ষক চিনেমাখনৰ ভগা খিৰিকীয়ে অসম খনক আৰু তগৰৰ চৰিত্ৰটোৱে অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰিছে। আচলতে মোৰ প্ৰায় বোৰ চিনেমা মাটিৰ গোন্ধ থকা।এই মন্তব্য প্ৰসিদ্ধ চলচিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ। দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ দ্বিতীয় দিনা এক সংবাদ মেল আয়োজন কৰি পৰিচালক গৰাকীয়ে এই মন্তব্য আগবঢ়ায়। লগতে তেখেতে কয় যে মই সচৰাচৰ লোপ পোৱা চৰিত্ৰসমূহ ৰুপায়ন কৰি সুখী হও। বিশ্বায়নৰ প্ৰভাৱত প্ৰায় বোৰ অসমীয়া পৰম্পৰাগত চৰিত্ৰ লোপ পাবলৈ ধৰিছে। আনহাতে এই চিনেমা খনৰ অভিনেত্ৰী জেৰিফা ৱাহিদে ভগা খিৰিকী নিৰ্মাণৰ সময়ৰ অভিনয় আৰু সহ অভিনেত্ৰীৰ অভিজ্ঞতাৰ কথা জানিব দিয়ে।
Trending
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন
- অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ
- IDE Bootcamp at ADBU