এমাহৰ ভিতৰত সচিবালয়ত নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ হ’ব ।২০২১চনৰ লোক পিয়লত অসমীয়া ভাষীৰ সংখ্যা ৭০শতাংশ বৃদ্ধি হোৱাটো খাটাং।তেতিয়া চলে পাল্টাইৰ দৰে ভাষিক দ্বন্দ বিচৰা অপশক্তি আপোনা আপুনি ধূলিসাৎ হৈ যাব ।এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ।আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত ৰাজবংশীয়ে কয় যে ইতিমধ্যে ভাষা নীতি আৰু নিয়োগ নীতি সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাৰ সাক্ষাত কৰাৰ কথা জানিবলৈ দিয়ে ।সচিবালয়তো অসমীয়া ভাষা অচিৰেই প্ৰয়োগ হোৱাৰ কথা জানিবলৈ দিয়ে ।
Trending
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন
- জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ
- অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি- কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি