গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। জিন্টিমণি কলিতা নামৰ অসমৰ খেলুৱৈ গৰাকীয়ে ভাৰতীয় মহিলা ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলত স্থান লাভ কৰিছে।জানিব পৰা মতে অহা ১৩ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ ভাইজাগত বিচিচিআইৰ দ্বাৰা অনুষ্ঠিত হ’ব দুখন মেচ। এই মেচ দুখনত ভাৰতীয় মহিলা ক্ৰিকেট দলটো সমুখীন হ’ব শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ।এই দুয়োখন মেচত ভাৰতীয় মহিলা দলটোক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে অসম কন্যা জিন্টিমণি কলিতাই। জিন্টিমণি হৈছে লেফ্ট হেণ্ডেড বেটছমেন আৰু ফাষ্ট মিডিয়াম ৰাইট আৰ্ম বলাৰ।উল্লেখযোগ্য যে ২০০৩চনত জিন্টিমণিয়ে দৰঙৰ মঙলদৈত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা ক্ৰীড়া জগতখনৰ প্ৰতি আগ্ৰহী জিন্টিয়ে ২০১৭চনৰ পৰা ক্ৰিকেট প্ৰেকটিচ আৰম্ভ কৰিছিল।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign