ৰাজ্যৰ সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ পৰিছে।মহানগৰীৰ ৰাজপথ জনশূন্যতাই বিৰাজ কৰিছে ।মাথো কৰ্তব্যত আছে আৰক্ষী, প্ৰশাসনৰ লোক অথবা চৰকাৰী বিষয়া।লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদ স্থলীত দেখা গ’ল হাজাৰ লোকৰ সমাগম।প্ৰখৰ ৰ’দকো নেওচি ওলাই আহিল বহুজন ।বহুতে ভিৰৰ মাজতে বিচাৰি পালে জীৱিকাৰ ছন্দ ।সৰু সুৰা ব্যৱসায় যেনে বাদাম, পানী, তামোল পানৰ ব্যৱসায়ী সকলৰ ব্যৱসায়ে তত্ পালে।ৰাস্তাত দেখা হ’ল কেইখনমান চৰকাৰী বাছৰ চলাচল।কোনো ভিৰ অথবা ট্ৰেফিক জাম আজি পৰিলক্ষিত নহ’ল।ইফালে গনেশগুৰিত লক্ষ্মী পূজাৰ সা-সামগ্ৰী বজাৰ বঢ়া পৰিলক্ষিত হয়।বন্ধৰ মাজতে একাংশই গতানুগতিক ভাৱে নিজ কৰ্ম সম্পাদন কৰে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ