মহাসাগৰৰ তালিকাত স্থান পালে এখন নতুন মহাসাগৰে

0 270

মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুন মহাসাগৰৰ নাম৷ নতুনকৈ ঘোষিত হোৱা মহাসাগৰখনৰ নাম হ’ল ছাউদার্ন অ’চেন তথা দক্ষিণ মহাসাগৰ৷উল্লেখ্য যে আটলাণ্টিক, ভাৰত, উত্তৰ আৰু প্রশান্ত মহাসাগৰ নামেৰে পাঁচ খন মহাসাগৰ পূৰ্বে আছিল।বহু বছৰ ধৰি ছাউদার্ন অ’চেনক মহাসাগৰ হিচাপে স্বীকৃতি দিবলৈ বিজ্ঞানীসকলে প্রচেষ্টা চলাই আহিছে যদিও আন্ত:র্জাতিক পর্যায়ৰ দেশসমূহে ঐকমত্যত উপনীত নোহোৱাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷এই মহাসাগৰখন ৬০ ডিগ্রী দক্ষিণ দ্রাঘিমাংশত অৱস্থিত,এন্টাকৰ্টিকাক আগুৰি আছে৷ প্ৰায়৩০ নিযুত বছৰ পূর্বৰ পৰাই এই বিশাল মহাসাগৰখনৰ অৱস্থিতি আছে৷শেহতীয়াকৈ আন্তঃজাৰ্তিকভাৱে এই মহাসাগৰখনে স্বীকৃতি লাভ কৰিছে।

Leave A Reply

Your email address will not be published.