মাতৃভাষা ব্যৱহাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে

0 319

ৰাজ্য ভাষা প্ৰয়োগৰ আহ্বান জনায় মহানগৰ জিলা সাহিত্য সভাৰ এটা সজাঁতি দলে মহানগৰীৰ ৬খনকৈ মহাবিদ্যালয়ত পদাৰ্পণ কৰিছে।মৃণালিনী দেৱী নেতৃত্বত যোৱা এটা দলে সন্দিকৈ ছোৱালী কলেজ, বি বৰুৱা কলেজ, কটন বিশ্ববিদ্যালয়,দিশপুৰ কলেজকে আদি কৰি বিভিন্ন শিক্ষানুষ্ঠানত গৈ মাতৃভাষা ব্যৱহাৰৰ বাবে আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.