মেডিয়া অ’পিডি সম্পন্ন

0 243

মহানগৰীৰ বৰঠাকুৰ ক্লিনিক হস্পিটেলৰ উদ্যোগত ১ জুন শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক চমু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। উক্ত শিবিৰত প্ৰায় ৩০গৰাকী সাংবাদিকে অভিজ্ঞ চিকিৎসক জুৰি দাসৰ পৰা স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ লাভ কৰে। শিবিৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষা কৰে স্বাস্থ্য কৰ্মী লুচী ছংবৈয়ে।

Leave A Reply

Your email address will not be published.