অচিৰেই গুৱাহাটীৰ ৰাজপথত চলাচল আৰম্ভ হ’ব ইলেকট্ৰিক বাছৰ সেৱা।অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাচল কৰিবলগীয়া বাছ সমূহ প্ৰথম পৰ্য্যায়ত ২৫ খন বাছ মুকলি কৰা হ’ব ।উল্লেখযোগ্য যে মহানগৰীত দ্ৰুত হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে এনে বাছৰ ব্যৱস্থা কৰা হৈছে ।এই প্ৰদূষণ বিহীন বাছ সমূহত থাকিব ৩০ জন যাত্ৰী বহিব পৰা সুবিধা ।স্মতব্য যে ইতিমধ্যে এই ২৫খন বাছৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছে।অহা মে’ মাহৰ পৰা খানাপাৰাৰ পৰা কামাখ্যালৈ এই বাছ সমূহ চলাচল কৰিব।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন