মোদীৰ মন্ত্ৰী সভাত স্থান লাভ কৰা সকল

0 75

এইবাৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাসকল হৈছে —

■ কেবিনেট মন্ত্ৰীসকল :

১) নৰেন্দ্ৰ মোদী (গুজৰাট)
২) ৰাজনাথ সিং (উত্তৰ প্ৰদেশ)
৩) অমিত শ্বাহ (গুজৰাট)
৪) শিৱৰাজ সিং চৌহান (মধ্যপ্ৰদেশ)
৫) মনোহৰ লাল (হাৰিয়ানা)
৬) এচ জয়শংকৰ (গুজৰাট,ৰাজ্যসভা )
৭) জে পি নাড্ডা ( হিমাচল প্ৰদেশ, ৰাজ্যসভা )
৮) নীতিন গাডকাৰী ( মহাৰাষ্ট্ৰ )
৯) ধৰ্মেন্দ্ৰ প্ৰধান ( উৰিষ্যা )
১০) নিৰ্মলা সীতাৰমন ( তামিলনাডু )
১১) জীতনৰাম মান্ঝী ( বিহাৰ )
১২) লালন সিং ( বিহাৰ )
১৩) সৰ্বানন্দ সোণোৱাল ( অসম )
১৪) ড° বীৰেন্দ্ৰ কুমাৰ ( মধ্যপ্ৰদেশ )
১৫) কিঞ্জাৰাপু ৰামমোহন নাইডু ( অন্ধ্ৰপ্ৰদেশ )
১৬) প্ৰহ্লাদ ভেংকটেশ যোশী ( কৰ্ণাটক )
১৭) জুৱেল ওৰাম ( উৰিষ্যা )
১৮) গিৰিৰাজ সিং ( বিহাৰ )
১৯) অশ্বিনী বৈষ্ণৱ ( উৰিষ্যা, ৰাজ্যসভা )
২০) জ্যোতিৰাদিত্য মাধৱৰাও সিন্ধিয়া ( মধ্যপ্ৰদেশ )
২১) ভূপেন্দ্ৰ য়াদৱ ( ৰাজস্থান )
২২) গজেন্দ্ৰ সিং শেখাৱট ( ৰাজস্থান )
২৩) অন্নপূৰ্ণা দেৱী ( ঝাৰখাণ্ড )
২৪) কিৰেন ৰিজুজু ( অৰুণাচল প্ৰদেশ )
২৫) হৰদীপ সিং পুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )
২৬) ড° মনচুখ মাণ্ডৱিয়া ( গুজৰাট )
২৭) জী কিশন ৰেড্ডী ( তেলেংগানা )
২৮) চিৰাগ পাচৱান ( বিহাৰ )
২৯) চি আৰ পাটিল ( গুজৰাট )
৩০) পীযুষ গোৱেল ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )

■ ৰাজ্যমন্ত্ৰী ( স্বতন্ত্ৰ )

৩১) ডাঃ জীতেন্দ্ৰ সিং ( জম্মু কাশ্মীৰ )
৩২) অৰ্জুন ৰাম মেঘৱাল ( ৰাজস্থান )
৩৩) প্ৰতাপ ৰাও গণপত ৰাও যাদৱ ( মহাৰাষ্ট্ৰ )
৩৪) জয়ন্ত চৌধুৰী ( উত্তৰ প্ৰদেশ, ৰাজ্যসভা )
৩৫) ৰাও ইন্দ্ৰজিৎ সিং ( হাৰিয়ানা )

■ ৰাজ্যমন্ত্ৰীসকল

৩৬) জিতিন প্ৰসাদ ( উত্তৰ প্ৰদেশ )
৩৭) পংকজ চৌধুৰী ( উত্তৰ প্ৰদেশ )
৩৮) কিষণ পাল ( হাৰিয়ানা )
৩৯) ৰামদাস আঠাৱালে ( মহাৰাষ্ট্ৰ, ৰাজ্যসভা )
৪০) ৰামনাথ ঠাকুৰ ( বিহাৰ, ৰাজ্যসভা )
৪১) নিত্যানন্দ ৰায় ( বিহাৰ )
৪২) অনুপ্ৰিয়া পেটেল ( উত্তৰ প্ৰদেশ )
৪৩) ভি সোমন্না ( কৰ্ণাটক )
৪৪) ড° প্ৰেম্মাচানী চন্দ্ৰশেখৰ ( অন্ধ্ৰপ্ৰদেশ )
৪৫) এচ পি সিং বাঘেল ( উত্তৰ প্ৰদেশ )
৪৬) শোভা কৰণ্ডলাজে ( কৰ্ণাটক )
৪৭) কীৰ্তিৱৰ্ধন সিং ( উত্তৰ প্ৰদেশ )
৪৮) বনৱাৰী লাল বাৰ্মা ( উত্তৰ প্ৰদেশ )
৪৯) শান্তনু ঠাকুৰ ( পশ্চিমবংগ )
৫০) সুৰেশ গোপী ( কেৰালা )
৫১) শ্ৰীপদ য়েছু নায়িক ( গোৱা )
৫২) ড° এম মুৰুগান ( মধ্যপ্ৰদেশ, ৰাজ্যসভা )
৫৩) অজয় টমটা ( উত্তৰাখণ্ড )
৫৪) বণ্ডী সঞ্জয় কুমাৰ ( তেলেংগানা )
৫৫) কমলেশ পাচোৱান ( উত্তৰ প্ৰদেশ )
৫৬) ভগীৰথ চৌধুৰী ( ৰাজস্থান )
৫৭) সতীশ চন্দ্ৰ ডুবে ( বিহাৰ, ৰাজ্যসভা )
৫৮) সঞ্জয় শেঠ ( ঝাৰখাণ্ড )
৫৯) ৰৱনীত সিং বিট্টু ( পঞ্জাৱ )
৬০) দুৰ্গা দাস উইকে ( মধ্যপ্ৰদেশ )
৬১) ৰক্ষা নিখিল খডছে ( মহাৰাষ্ট্ৰ )
৬২) সুশান্ত মজুমদাৰ ( পশ্চিমবংগ )
৬৩) সাবিত্ৰী ঠাকুৰ ( মধ্যপ্ৰদেশ )
৬৪) টোখন চাহু ( মধ্যপ্ৰদেশ )
৬৫) ড° ৰাজভূষণ চৌধুৰী ( বিহাৰ )
৬৬) ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা ( অন্ধ্ৰপ্ৰদেশ )
৬৭) হৰ্ষদ্বীপ মালহোট্ৰা ( নতুন দিল্লী )
৬৮) নিমুবেন বামভানিয়া ( গুজৰাট )
৬৯) মুৰুলীধৰ মোহুল hl ( মহাৰাষ্ট্ৰ )
৭০) জৰ্জ কোৰিয়ান ( কেৰালা )
৭১) পবিত্ৰ মাৰ্ঘেৰিটা ( অসম, ৰাজ্যসভা )

Leave A Reply

Your email address will not be published.