মৌৰ মৰ্টন -এজন উদ্যমীৰ প্ৰয়াস

0 351

মৌ ৰসেৰে মৰ্টন প্ৰস্তুত কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে এজন উদ্যমীয়ে।ৰাজ্যৰ অাগশাৰীৰ মৌপালক যোৰহাটৰ লীলাচৰণ দত্তই মৌ ৰসেৰে হনি কেণ্ডি প্ৰস্তুত কৰিছে।তেখেতৰ চি কে উদ্যোগৰ জৰিয়তে মৌপালন আৰু উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনত এক বিপ্লৱৰ সূচনা কৰিছে ।উল্লেখযোগ্য যে তেখেতৰ চি কে উদ্যোগত উৎপাদিত মৌ বিদেশলৈ ৰপ্তানি হয়।আশা কৰা হৈছে অচিৰেই হনি কেণ্ডিয়ে বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।

Leave A Reply

Your email address will not be published.