ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাইজক সহায়ৰ অৰ্থে এক বিশেষ পদক্ষেপ লৈছে।এতিয়াৰে পৰা সাধাৰণ জনতাই তেওঁৰ বিভাগত হৈ থকা যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰীগৰাকীক জনাব পাৰিব।উল্লেখযোগ্য যে,ছ’চিয়েল মিডিয়াৰ জৰিয়তে, +৯১৯৩৯৪৯৩৯০৫৫ নম্বৰত হোৱাটচএপ কৰি দুৰ্নীতিৰ যিকোনো অভিযোগ তথা পৰামৰ্শ দিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়।তেওঁলৈ পঠোৱা প্ৰতিটো মেছেজ নিজেই নিৰীক্ষণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Trending
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে