অসম আৰু অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচা দেশ বিদেশে সমাদৃত । আগন্তুক বৰদিন উপলক্ষে লণ্ডনৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে ফুলাম গামোচা প্ৰস্তুত কৰি উলিয়াইছে লাহোৱালৰ ছাগলী কটা গাঁৱৰ এদল শিপিনীয়ে। জানিব পৰা মতে ডিব্ৰুগড়স্থিত এটা আগশাৰীৰ চাহ কোম্পানীয়ে লণ্ডনৰ এটা প্ৰতিষ্ঠানক গামোচা উপহাৰ হিচাপে আগবঢ়াব। ইতিমধ্যে ৫০০ৰো অধিক গামোচা লণ্ডনলৈ প্ৰেৰণ কৰিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা