পেঞ্চিলৰ আক বাক অৰ্থবা ৰং তুলিকাৰে নহয়,শব্দৰে ছবি আঁকি অভিলেখ গঢ়িলে বন্দৰদেৱাৰ এজন যুৱকে।যুৱক জনৰ নাম অজয় শৰ্মা। বিগত বর্ষতে শব্দৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ছবি আঁকি অসম বুক অৱ ৰেকৰ্ডৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্বীকৃতি লাভ কৰিছিল যুৱক জনে।আৰু এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কুৰিটাৰো অধিক গীতৰ শাৰীৰে কলাগুৰুৰ এখন ছবি আঁকি উলিয়াইছে অজয়ে।আৰু এক ব্যতিক্ৰমী শৈলীৰে ড° এ পি জে আব্দুল কালামৰো চিত্ৰৰো অংকন কৰিছে যুৱক জনে। গুৱাহাটী পাণ্ডু মহাবিদ্যালয়ৰ অজয় শৰ্মাৰ এই প্ৰতিভা বাবে সকলোতে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন