শিক্ষক মনু শইকীয়াই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে

0 223

যোৰহাট জিলা টীয়কস্থিত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষক মনু শইকীয়াই তেখেতে কৰ্মৰত বিদ্যালয়ৰ ন্যাসলৈ দুই লাখ টকা আগবঢ়াইছে।
 
উল্লেখযোগ্য যে তেখেতে মাহিলী দৰমহাৰৰ পৰা তেখেতে এই ধনৰাশি আগবঢ়াইছে।জানিব পৰা মতে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত স্থান প্ৰাপ্ত সকলক ন্যাসৰ ফালৰ পৰা পুৰস্কৃত কৰি আহিছে।মনু শইকীয়াৰ এই কৰ্মক বহুজনে প্ৰশংসা কৰিছে।

Leave A Reply

Your email address will not be published.