শিলসাঁকো বিলত উচ্ছেদিতৰ বাবে আজি কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ পৰা দ্বিতীয় পৰ্যায়ত মুঠ দুই কোটি পঁচিশ লাখ টকাৰ এককালিন সাহাৰ্য্য আবন্টন দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷ উচ্ছেদিত চৈধ্যটা আৰ চি চি ঘৰৰ প্ৰতিটোৰে বাবদ দহ লাখ টকাকৈ আৰু সোতৰটা অসম আৰ্হিৰ ঘৰৰ প্ৰতিটোৰে বাবদ পাঁচ লাখ টকাকৈ দ্বিতীয় পৰ্যায়ত দিয়া হ’ব৷ উচ্ছেদিত আনসকলকো পৰ্যায়ক্ৰমে এককালীন সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে৷
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন