অসমৰ লগতে মেঘালয়তো ক’ভিডৰ ঢৌৱে কোবাই গৈছে। যাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ৰ মুখ্যমন্ত্ৰী ক’নৰড চাংমাই ১০ মে’ লৈকে লকডাউন ঘোষণা কৰিছে। জানিব পৰা মতে শ্বিলংৰ লগতে পূব খাচী পাহাৰ জিলাত ৰাতি ৮ বজাৰ পৰা ৫ দিনৰ বাবে লকডাউন বলৱৎ হ’ব। আনহাতে অনুমতি প্ৰাপ্ত বিবাহ অনুষ্ঠানত ৫০ জনতকৈ অধিক অতিথি গোট খাব নোৱাৰিব। আৰু মৃতকৰ সৎকাৰৰ অনুষ্ঠানত ২০ জনতকৈ অধিক লোক যাব নোৱাৰিব। ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত আন্তঃৰাজ্যিক আন্তঃজিলা যাতায়ত বন্ধ থাকিব। পূব খাচী পাহাৰ জিলাৰ সকলো ডাঙৰ দোকান-পোহাৰ বন্ধ থাকিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram