শ্বিলঙৰ পৰা কলিকতালৈ আজিৰে পৰা বিমান চলিব।জানিব পৰা মতে আজি বিয়লি ৪বজাৰ পৰা ৰিভয়স্থিত বিমান বন্দৰ উমৰোৰ পৰা ইণ্ডিগো বিমানে যাত্ৰা আৰম্ভ কৰিব।প্ৰাৰম্ভিক টিকটৰ মূল্য ২৮৯৯ টকা ধাৰ্য্য কৰা হৈছে ।ইতিমধ্যে বিমান বন্দৰটোত যাৱতীয় পৰীক্ষণমূলক কাম কাজ সমাপন হৈছে।এই উৰণৰ সম্পৰ্কে ইণ্ডিগোৱে টুইটাৰত এনেদৰে লিখিছে -শ্বিলং আৰু কলিকতাৰ মাজত আৰম্ভ হ’ল নন ষ্টপ বিমান সেৱা।উত্তৰ পূবৰ স্কটলেণ্ড খ্যাত শ্বিলঙলৈ মাত্ৰ এতিয়া কেইটামান মূহুৰ্তৰ বাট।এতিয়াই বুকিং কৰক।উল্লেখযোগ্য যে উমৰো বিমান বন্দৰৰ পৰা বৰ্তমানলৈকে সৰু বিমানহে চলাচল কৰি আছে।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা