সন্ত নিৰহংকাৰী মণ্ডলৰ খানামুখ চেকগোটস্থিত গুৱাহাটী শাখাৰ উদ্যোগত সন্ত নিৰহংকাৰী চেৰিটেবল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু বাবা হৰিদেৱ সিং মহাৰাজ ৬৫সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ২৩ফেব্ৰুৱাৰীত দিনযোৰকৈ গুৱাহাটী পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ পৰা লংকেশ্বৰলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰে পথচোৱাৰ দাঁতিত আৰু আশে পাশে এক বৃহৎ চাফাই অভিযান চলোৱা হয়।এই চাফাই অভিযানৰ কাৰ্য্যসূচী বিশিষ্ট সমাজকৰ্মী লোহিত চন্দ্ৰ কলিতাই।আনহাতে বিয়লি তিনি বজালৈ অনুষ্ঠিত কৰা চাফাই অভিযানত সন্ত নিৰহংকাৰী মণ্ডলৰ গুৱাহাটী শাখাৰ পুৰুষ মহিলাসহ এশৰো অধিক স্বেচ্ছাসেৱকে ভাগ লয়।চাফাই অভিযানত ভাগ লোৱা স্বেচ্ছাসেৱকসকলে হাতে হাতে ঝাৰু, কোৰ দৈনিক বজাৰ বাছ আস্থানৰ জাৱৰ নিষ্কাশন কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি