সন্ত নিৰহংকাৰী মণ্ডলৰ পদক্ষেপ

0 355

সন্ত নিৰহংকাৰী মণ্ডলৰ খানামুখ চেকগোটস্থিত গুৱাহাটী শাখাৰ উদ্যোগত সন্ত নিৰহংকাৰী চেৰিটেবল ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক সদগুৰু বাবা হৰিদেৱ সিং মহাৰাজ ৬৫সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ২৩ফেব্ৰুৱাৰীত দিনযোৰকৈ গুৱাহাটী পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ পৰা লংকেশ্বৰলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰে পথচোৱাৰ দাঁতিত আৰু আশে পাশে এক বৃহৎ চাফাই অভিযান চলোৱা হয়।এই চাফাই অভিযানৰ কাৰ্য্যসূচী বিশিষ্ট সমাজকৰ্মী লোহিত চন্দ্ৰ কলিতাই।আনহাতে বিয়লি তিনি বজালৈ অনুষ্ঠিত কৰা চাফাই অভিযানত সন্ত নিৰহংকাৰী মণ্ডলৰ গুৱাহাটী শাখাৰ পুৰুষ মহিলাসহ এশৰো অধিক স্বেচ্ছাসেৱকে ভাগ লয়।চাফাই অভিযানত ভাগ লোৱা স্বেচ্ছাসেৱকসকলে হাতে হাতে ঝাৰু, কোৰ দৈনিক বজাৰ বাছ আস্থানৰ জাৱৰ নিষ্কাশন কৰে।

Leave A Reply

Your email address will not be published.