প্ৰতিষ্ঠা কালৰ পৰা শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত পূৰ্বৰ দৰে সাফল্য অব্যাহত ৰাখিছে ইডুকেট চুপাৰ নামৰ শৈক্ষিক প্ৰতিষ্ঠান টোৱে। উল্লেখযোগ্য যে সদ্য ঘোষিত নেট পৰীক্ষাৰ ফলাফলত এই প্ৰতিষ্ঠান টোৰ পৰা ১০ গৰাকী ,ইঞ্জিনীয়াৰিঙৰ বাছনি পৰীক্ষাত এয়াৰক্ৰাফ্ট মেইণ্টেন্স এগৰাকী ছাত্ৰই ৯৮ তম স্থান লাভ কৰিছে।ইয়াৰ ওপৰিও সৰ্ব ভাৰতীয় বাচনি পৰীক্ষাত JEE ত ৩গৰাকীয়ে আৰু CEE ত ৰাজ্যিক পৰ্যায়ত ৪ গৰাকীয়ে স্থান লাভ কৰে। এই উদ্দেশ্য ৬ মে’ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি স্থান প্ৰাপ্ত সকলো ছাত্ৰ -ছাত্ৰী সকলক প্ৰতিষ্ঠানটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।
Trending
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন
- জালুকবাৰী বিধানসভা সমষ্টিত খেল মহাৰণ ২.০ ৰ শুভাৰম্ভ
- অসম পৰ্যটন উদ্যোগত নতুন আশাৰ ৰেঙনি- কানাডাৰ প্ৰতিস্থানৰ ‘উভচৰী বিমান’ (seaplane)-ৰ প্ৰদৰ্শনী মুলক উৰণত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি