অসমৰ সাংবাদিকসকলৰ ভিতৰত পৰাগমণি আদিত্য এখন চিনাকী মুখ।তেখেতে অসমীয়া প্ৰতিদিন,আমাৰ অসম,দৈনিক জনসাধাৰণ,নিউজ লাইভ আৰু নিউজ 18 অসম নৰ্থ ইষ্ট’ত সংবাদ সেৱা আগবঢ়াই আহিছে। বৰ্তমান এইজন বিশিষ্ট সাংবাদিক টাইম 8 ৰ সম্পাদক হিচাপে কৰ্মৰত।এইবাৰ চামগুৰিৰ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠী আৰোহণে ২০১৯-২০২০ বৰ্ষৰ ‘আৰোহণ বঁটা’ প্ৰদান কৰে পৰাগমণি আদিত্যক।তেওঁৰ জন্মস্থান চামগুৰিৰ চামগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত চিৰঞ্জীৱ থিয়েটাৰৰ মঞ্চত এখন গামোচা,শৰাই,স্মাৰক আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনাই আৰোহণ কৰ্তৃপক্ষই।উল্লেখযোগ্য যে চামগুৰিৰ সামাজিক,সাংস্কৃতিক,শিল্প,সাহিত্যকে ধৰি বিভিন্ন ক্ষেত্রত অৰিহনা যোগোৱা ব্যক্তিক আৰোহণ গোষ্ঠীয়ে এই বঁটা আগবঢ়াই আহিছে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি