সাধাৰণ ব্যক্তিৰ অসাধাৰণ প্ৰচেষ্টা

2 334
WhatsApp Image 2017-10-03 at 3.54.08 PM
পূজা বন্ধত কি কৰিলে বাৰু আপুনি? নিশ্চয়কৈ পূজা চালে অথবা ক’ৰবাত ফুৰিবলৈ গ’ল নহয়নে! আজি আপোনালোকক জনাম এনে এজন ব্যক্তিৰ বিষয়ে যি জন ব্যক্তিয়ে, পূজাৰ বন্ধত গ্ৰহণ কৰিলে এক অভিনৱ পদক্ষেপ। 
 
PicsArt_10-03-08.24.37
গুৱাহাটীৰ ভৰলুমুখৰ বাবুল চন্দ্ৰ দে’ নামৰ ব্যক্তিজনে পূজাৰ বন্ধত চাইকেল চলাই এক সজাগতামূলক কাৰ্য্যসুচী গ্ৰহণ কৰে। পৰিবেশ ৰক্ষা কৰা, পেট্ৰল বচোৱা আৰু স্বাস্থ্যৰ সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে গুৱাহাটীৰ পৰা আলিপুৰদুৱাৰলৈ চাইকেলেৰে পৰিভ্ৰমণ কৰে। উল্লেখযোগ্য যে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত ৫৭ বছৰীয়া বাবুল চন্দ্ৰ দে’ৰ এনে প্ৰচেষ্টাৰ বাবে বিশেষ ভাবে চৰ্চা লাভ কৰিছে। বাবুল চন্দ্ৰ দে’ৰ মতে চাইকেল চলালে এই তিনিওটা দিশত সুপ্ৰভাৱ পৰে। সেয়েহে জনসাধাৰণৰ সজাগতাৰ বাবে এনেদৰে পৰিভ্ৰমণ কৰো।
2 Comments
  1. Sukanta Dey says

    Mama grate, I fill proud that ur my mama.

  2. Pradip Chandra Dey says

    Great…..

Your email address will not be published.