সামুদ্ৰিক পথ নিৰ্দেশনাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় বাধকতা মানি চলাকৈ আৰু আৰু সৰ্বত্ৰে চলিত অত্যাধুনিক আৰু উত্তম প্ৰযুক্তিক সাঙুৰি ল’ব পৰাকৈ লাইট হাউচ এক্ট ১৯২৭ ৰ ঠাইত নেভিগেছন বিল ২০২১ খন ২৭ জুলাইত ports shipping and waterways মন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংসদত পাছ হয়। প্ৰধান মন্ত্ৰীৰ আগ্ৰহৰ এই বিল খনৰ জৰিয়তে পৰিচালন কাঠামো সহজ কৰাৰ লগতে ব্যৱসায় সহজসাধ্য কৰাত উদ্গনি দিব বুলি আশা কৰা হৈছে। এই বিল খন ২৭ জুলাইত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। এই কথা প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালে ভাৰতৰ সামুদ্ৰিক দিশটোৰ সামগ্ৰিক উন্নয়নৰ বাবে মন্ত্ৰালয়ৰ ফালৰ পৰা এয়া এক সক্ৰিয় আৰু সুদৃঢ় পদক্ষেপ বুলি বিবৃতি জৰিয়তে জানিব দিছে।
Trending
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান