চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ সাহিত্যক।ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত আৰু ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰী এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে।উল্লেখযোগ্য যে গোস্বামীৰ গৱেষণামূলক গ্ৰন্থ চাণক্য আৰু বসুমতাৰীৰ কবিতা পুথি অখাই অথোমনিপ্ৰায় গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে।বঁটাৰ বাবে নিৰ্বাচিত হোৱা খবৰ লাভ কৰি গোস্বামীয়ে কয় যে অসমীয়া ৰাইজৰ দুৰ্দিনত এই খবৰ পাই সম্পূৰ্ণৰুপে সুখী নহয় ।লগতে তেখেতে কয় যে কেব বিৰোধী আন্দোলনত শ্বহীদৰ পৰিয়াললৈ এই বঁটাৰ ধন আগবঢ়াব ।আনহাতে এই বঁটাৰ বাবে নিৰ্বাচিত হৈ ডক্টৰ ফুকন চন্দ্ৰ বসুমতাৰীয়ে সুখী বুলি মন্তব্য কৰে।স্মৰ্তব্য যে বসুমতাৰী বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল