সোণোৱাল মন্ত্ৰীসভাৰ ৭জন নতুন মন্ত্ৰী

0 236

সোণোৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ল। নকৈ ৭ জন বিধায়কে মন্ত্ৰীত্ব পদ লাভ কৰিলে। সেই ৭ জন বিধায়ক হ’ল চন্দন ব্ৰহ্ম, পিযুষ হাজৰিকা, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য, ভবেশ কলিতা, তপন কুমাৰ গগৈ, ছুমৰংহাং, ফণীভূষণ চৌধুৰী। আজি ৰাজভৱনৰ দৰবাৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপালে শপত বাক্য পাঠ কৰায়। ঈশ্বৰৰ নামত শপত বাক্য পাঠ কৰি আনুষ্ঠানিকতা সম্পন্ন কৰে। উল্লেখযোগ্য যে ৭ গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত ৪ গৰাকীয়ে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বিপৰীতে ৩ গৰাকী মন্ত্ৰীয়ে ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰে।


Leave A Reply

Your email address will not be published.