স্বদেশৰ নাম উজলালে মণিপুৰৰ লিচিপ্ৰিয়াই

0 226

চ’চিয়েল মেডিয়াত আজিৰ তাৰিখত ভাইৰেল হৈ পৰিছে এজনী কণমানিৰ ফটো।মণিপুৰৰ লিচিপ্ৰিয়া কাংউজাম নামৰ কণমানিজনীয়ে চুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হোৱা ডিজাষ্টাৰ ৰিস্ক ৰিডাকচনত সন্মিলনত অংশ লোৱাৰ সুযোগ পায়।সম্প্ৰতি দিল্লীত বাস কৰা ৭বছৰীয়া  লিচিপ্ৰিয়াই দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি আছে।এই বৃহৎ সন্মিলনত অংশগ্ৰহণ কৰা লিচিপ্ৰিয়া হ’ল আটাইতকৈ কমবয়সীয়া প্ৰতিনিধি ।উল্লেখযোগ্য যে ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা সন্মিলন খনত ১৪০খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।লিচিপ্ৰিয়াৰ সফলতাৰ বাবে সমূহ দেশবাসী গৌৰৱান্বিত ।

Leave A Reply

Your email address will not be published.