স্বাস্থ্য পৰম ধন, স্বাস্থ্য ভালে নাথাকিলে ভাল নাথাকে মন । সেয়ে মহানগৰীৰ গড়ল ভট্টপাৰাস্থিত মা মনসা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় এক বিনামুলীয়া স্বাস্থ্য শিবিৰ । নাৰায়ণা চুপাৰ স্পেচিলিটি হস্পিতাল আৰু গুৱাহাটী আই হস্পিতালৰ সৌজন্যত মা মনসা মন্দিৰত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰৰ লগতে চকুৰ পৰীক্ষা শিবিৰ । এই স্বাস্থ্য শিবিৰত প্ৰায় ৮জন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰে ।
Trending
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- সমন্বয়ৰ প্ৰতীক প্ৰাঞ্জল প্ৰতিম বৰাৰ কথাৰে
- দেশজুৰি প্ৰযোজ্য হ’ব এক ৰাষ্ট্ৰ, এক শিক্ষাৰ্থী ফৰ্মূলা, পামহী মইনাখোৰোং মজলীয়া বিদ্যালয়ত ইউনিক ইনফ’ ছলিউচনৰ সজাগতা সভা
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ