স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

0 269

স্বাস্থ্য পৰম ধন, স্বাস্থ্য ভালে নাথাকিলে ভাল নাথাকে মন । সেয়ে মহানগৰীৰ গড়ল ভট্টপাৰাস্থিত মা মনসা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত  হয় এক বিনামুলীয়া স্বাস্থ্য শিবিৰ । নাৰায়ণা চুপাৰ স্পেচিলিটি হস্পিতাল আৰু গুৱাহাটী আই হস্পিতালৰ সৌজন্যত মা মনসা মন্দিৰত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰৰ লগতে চকুৰ পৰীক্ষা শিবিৰ । এই স্বাস্থ্য শিবিৰত প্ৰায় ৮জন অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.