ব্ৰইলাৰ ফাৰ্মেৰে স্বাৱলম্বী হৈ পৰিছে নলবাৰীক কঞা গাৱৰ এজন যুৱক। পুলক কলিতা নামৰ নলবাৰী এই যুৱকজনে অলপতে শ্ৰেষ্ঠ ফাৰ্মৰ গোল্ড মেডেলিষ্ট বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।স্নাতক ডিগ্ৰীধাৰী পুলক কলিতাই তেখেতৰ ফাৰ্মখনৰ জৰিয়তে বহুকেইটা পৰিয়ালক জীৱন জীৱিকাৰ পথৰ সন্ধান দিবলৈ সক্ষম হৈছে ।জানিব পৰা মতে ফাৰ্মখনৰ পৰা পুলক কলিতাই প্ৰতি মাহে লাখ টকা উপাৰ্জন কৰে।চাকৰি বিচাৰি হাবাথুৰি নাখাই স্বাৱলম্বীতাৰ সোপান ৰচা পুলক কলিতা সকলোৰে আদৰ্শ হৈ পৰিছে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ