সৰ্বকালৰ অভিলেখ ভংগ কৰিলে মাইজান চাহ বাগিচাৰ চাহে

0 185

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে অসমৰ আন এখন চাহ বাগিচাই।ডিব্ৰুগড়ৰ মাইজান চাহ বাগিচা গল্ডেন টিপচ চাহ আজি বিক্ৰী হ’ল প্ৰতি কেজি  ৭২, ৫০১টকা দৰত ।এই চাহ ক্ৰয় কৰে মুন্দ্ৰা চাহ কোম্পানী নামৰ এটা প্ৰতিষ্ঠানে।জানিব পৰা মতে এই বেলজিয়ামৰ চেভেন প্লাইজিয়াৰ আৰু নম: মাৰ্কেটিঙত যোগান ধৰিব ।

Leave A Reply

Your email address will not be published.