১৭ বছৰৰ মূৰত অনুষ্ঠিত হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

0 327

প্ৰতীক্ষাৰ অন্ত পৰিল।সুদীৰ্ঘ ১৭ বছৰৰ পিছত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ল প্ৰেছ ক্লাৱৰ নিৰ্বাচন।
পুৱা ৮ বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ ৮১৬ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছে।এই ভোটগ্ৰহণ প্ৰক্ৰিয়া ৪ বজাত সামৰণি পৰিব।
সৰ্বমুঠ পদৰ সংখ্যা ১০টা৷ আজি বিয়লি ৫বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব  ।

Leave A Reply

Your email address will not be published.