৪মাৰ্চত কাজিৰঙালৈ আহিব কেভিন পিটাৰছন

0 270

গঁড় সংৰক্ষণ বিষয়ক চেভ দ্যা ৰাইনো শীৰ্ষক তথ্য চিত্ৰ নিৰ্মাণৰ বাবে ৪ মাৰ্চত কাজিৰঙাত উপস্থিত হ’ব ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছন।কাজিৰঙাৰ বিভিন্ন স্থানত তেখেতে গঁড় সংৰক্ষণৰ সম্পৰ্কত নিৰ্মিত হ’ব লগা দৃশ্যগ্ৰহণ কৰিব।
 
 
জানিব পৰা মতে কেভিনে ১১মাৰ্চলৈকে কাজিৰঙাত দৃশ্যগ্ৰহণ কৰিব।তথ্যখনৰ প্ৰথম পৰ্য্যায়ত কাজিৰঙা, দ্বিতীয় পৰ্য্যায়ত আফ্ৰিকাত অংশ গ্ৰহণ কৰিব।
 
 
স্মতৰ্ব্য যে কেভিন পিটাৰছনে কাজিৰঙাৰ পৰা উভতি যোৱাৰ পিছত কাজিৰঙা উৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.