দক্ষিণ আফ্ৰিকাৰ জাৰবান চহৰত অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক কমন ৱেলথ কাৰাটে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব অসমৰ পৰা যোৱা ৮ গৰাকীকৈ খেলুৱৈয়ে। তেওলোক হ’ল হেমফু বংজাং, মৃন্ময় দেউঘৰীয়া, পঞ্চিমিতা বৰদলৈ, মুগ্ধা বৰুৱা, গীতগুঞ্জন দাস, আকাংক্ষা কোৱৰ, ইমন গগৈ, নিষাদ আলি। উল্লেখযোগ্য যে ইমন গগৈ আৰু নিষাদ আলিয়ে চলিত বৰ্ষত জাপানৰ অকিনাৱাত অনুষ্ঠিত কেডেট জুনিয়ৰ এছিয়ান কাৰাটে প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। আনহাতে মুগ্ধা বৰুৱাই ২০১৫ বৰ্ষত নতুন দিল্লীত অনুষ্ঠিত কমন ৱেলথ প্ৰতিযোগিতাত সোণৰ পদক দখল কৰিছিল।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন