ৰঙিয়াত কৃষি জ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন

0 192

ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কালি ৰঙিয়া মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত এটি কৃষি জ্ঞান কেন্দ্ৰ (এগ্ৰিকালচাৰ ন’লেজ চেণ্টাৰ)ৰ আধাৰশিলা স্থাপন কৰে। মহকুমাটোৰ কৃষক ৰাইজে এই কেন্দ্ৰৰ পৰা কৃষি বিষয়ক বিভিন্ন তথ্য আৰু প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ’ব। আজিৰ অনুষ্ঠানত জিলা কৃষি বিষয়া ধীৰেণ কাৰ্জি, মহকুমা কৃষি বিষয়া প্ৰবীণ মেধি আৰু কৃষি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মীনাক্ষী কুমাৰীৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.