ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰহাৰ চিকিৎসক, নাৰ্চ,স্বাস্থ্য কৰ্মী, সাংবাদিক, আৰক্ষী, গাওঁবুঢ়া,চাফাই কৰ্মী আদিক সম্বৰ্ধনা জনোৱা হয়। ক`ৰণা মহামাৰীৰ এই দুৰ্যোগৰ সময়ত প্ৰথম শ্ৰেণীৰ যুদ্ধা হিচাপে দিনে নিশাই কৰ্মত ব্যস্ত হৈ মানব সেৱাত ব্ৰতী হৈ থকাৰ বাবে সকলোকে আছুৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰা হয়।ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় কুমাৰ কাকতিয়ে আত ধৰা এই অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্হাৰ তথ্য সম্পাদক মৃদুল হাজৰিকা,ৰহা আঞ্চলিক ছাত্ৰ সন্হাৰ ভাৰপ্ৰাপ্ত সম্পাদক ভাৰত বৰুৱা, শিক্ষা সম্পাদক নিহাৰ ৰাজাকে ধৰি আছুৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী