গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ৰূপা ডেকাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদান আৰু নিৰলস সাধনাৰ বাবে ভাৰতীয় দলিত সাহিত্য ২০১৮ বৰ্ষৰ ডক্টৰ আম্বেদকাৰ সাহিত্য শ্ৰী ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। এই উদ্দেশ্য ৯ডিচেম্বৰত নতুন দিল্লীৰ ৰিং ৰোড স্থিত পঞ্চবিল আশ্ৰমত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডক্টৰ ৰূপা ডেকাক এই বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত অকাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি অধ্যাপক ডক্টৰ এছ পি সুমনকেশৰ সচিব প্ৰধান ডক্টৰ জয় সুমনকেশৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে। আনহাতে ৰূপা ডেকাৰ এনে সফলতাৰ কাৰণে উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গ।
Trending
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ