ৰেপিড’ বাইকৰ সেৱা মুকলি

0 312

কালি মহানগৰীত মুকলি হয় ৰেপিড’ বাইকৰ সেৱা।বাংগালোৰৰ ৰেপিড’ প্ৰতিষ্ঠানে দেশৰ আগশাৰীৰ ১৮খন চহৰত কালি আনুষ্ঠানিকভাৱে বাইক সেৱা মুকলি কৰে।মহানগৰীৰ খানাপাৰাৰ ৱাকিং জ’ন ৰেপিড’ বাইক সেৱা মুকলি কৰে মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।ইয়াৰ জৰিয়তে যাত্ৰীসকলে প্ৰতি কিলো মিটাৰত ৩ টকা মূল্যত যাতায়ত কৰা সুবিধা লাভ কৰিব।আনহাতে এই বাইক সেৱাৰ বুকিং মূল্য ১৫টকা।ইচ্ছুক সকলে প্লে ষ্টৰৰ পৰা ৰেপিড’ এপ ডাউনলোড কৰি এই বাইক সেৱা লাভ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.