বিন্দু স্মাৰ্ট আৰু মাহেকীয়া আলোচনী বিন্দুৰ উদ্যোগত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত কালি ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত “চিৰ যুগমীয়া ঢৌ তুলি শীৰ্ষক” এক অনুষ্ঠান অনুষ্ঠিত হয়। শিল্পীৰ দাপোন নামৰ অসমৰ প্ৰথম খন সংস্কৃতিক বাতৰি কাকতৰ দ্বিতীয় বৰ্ষপুতিৰ লগত সংগতি ৰাখি অনুষ্ঠান টো অনুষ্ঠিত হয়। স্মতৰ্ব্য যে এই অনুষ্ঠানটোত অসমৰ বিভিন্ন গৰাকী শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে নৃত্য, গীতৰ এক বৰ্ণাঢ়্য অনুষ্ঠান অনুষ্ঠিত হয়। আকাশবাণী কেন্দ্ৰৰ বহুকেইগৰাকী শিল্পীয়ে গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। নাট্য শিল্পী অমৰ বৰুৱাই নাটকৰ সংলাপেৰে দৰ্শকক আঁপ্লুত কৰে। স্মতৰ্ব্য যে অনুষ্ঠানটোৰ আত ধৰিছিল বিন্দু আলোচনীৰ সম্পাদক কমল কুমাৰে।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ

