ব্যক্তিগতখণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকে আজি অসমত ১৫বছৰ সম্পূৰ্ণ কৰিলে।২০০৪ চনত গুৱাহাটীৰ জি এছ ৰো়ডৰ পৰা সেৱা আৰম্ভ কৰা এইচ ডি এফ চি বেংকটোৱে সম্প্ৰতি অসমৰ ১৫লাখ লোকক সামৰি লৈছে।এই সম্পৰ্কে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত কৰা এক সংবাদমেলত উত্তৰ পূব শাখাৰ মুৰব্বী সন্দীপ এছ কুমাৰে কয় যে এইচ ডি এফ চি বেংকৰ সামাজিক কল্যাণ আচনিৰ জৰিয়তে ১৫লাখ লোক উপকৃত হৈছে।বেংকৰ পৰিবৰ্তনমূলক আঁচনিৰ জৰিয়তে বহু লোক উপকৃত হৈছে।ভৱিষ্যতে অসমত ১০০টা শাখা খোলাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে।সংবাদমেলত এইচ ডি এফ চি বেংকৰ বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি