অ’লা,উৱেৰৰ পিছত মহানগৰীৰ ৰাজপথত এইবাৰ ৰাজদূত চলিব।জানিব পৰা মতে অন্য কেব সেৱাতকৈ ৰাজদূতৰ ভাৰা ১০শতাংশ কম।বাইক আৰু টেক্সি দুয়োবিধেই ৰাজদূতত উপলব্ধ হ’ব।বিশেষকৈ মহিলা যাত্ৰীৰ সুবিধাৰ বাবে মহিলা ৰাইদাৰ থাকিব।ৰাজদূতত দুবাৰ যাত্ৰা কৰাৰ পিছত এটা যাত্ৰা বিনামূলীয়া থাকিব।আনহাতে দহবাৰ যাত্ৰা কৰাৰ পিছত এটা চাৰপ্ৰাইজ গিফট থাকিব।এই সম্পৰ্কে আজি অনুষ্ঠিত কৰা এক সংবাদমেলত ৰাজদূতৰ চি ই অ’ ৰাস্না চৌধুৰীয়ে কয় যে প্ৰথম পৰ্য্যায়ত মহানগৰীত আৰু দ্বিতীয় পৰ্য্যায়ত যোৰহাট,শিলচৰত এই সেৱা আগবঢোৱা হ’ব।উল্লেখযোগ্য যে অহা ১৬নবেম্বৰত এই সেৱা মুকলি কৰা হ’ব।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি