ৰাম মন্দিৰ নিৰ্মাণত সহযোগ কৰিব সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদে।জানিব পৰা মতে পৰিষদে মন্দিৰ নিৰ্মাণত ১লাখ টকা অনুদান আগবঢ়াব।এক বিবৃতিত সম্পাদক মইনুল হকে কয় যে এইটো এটা অতি স্পৰ্শকাতৰ বিষয়।দেশৰ শান্তি শৃংখলা বিঘ্নিত নোহোৱাকৈ দেশৰ সাংবিধানিক বিচাৰপীঠে ঐতিহাসিক ৰায় প্ৰদান কৰিলে।যিহেতু মন্দিৰ মজিদ দুয়োটাই ভাৰতৰে অনুষ্ঠান,গতিকে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।পৰিষদে গ্ৰহণ কৰা পদক্ষেপ সচেতন মহলত বেচ চৰ্চিত হৈ পৰিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি